Trending

Modhulogon - Deeplina Deka | Latest Assamese song | Pranab Priyankush Baruah | Pallab Talukdar

featured image
Singer: Deeplina Deka & Pranab Priyankush Baruah Lyrics&Composition: Pranab Priyankush Baruah

মধুলগনৰ মধুক্ষণ

মধুলগনৰ মধুক্ষণ

উগুল থুগোল মন আজি
তোমাতেই মগন
সঁপিলোঁ নিজকে তোমাক
তুমিয়েই জীৱন

তোমাৰেই উশাহত
সিছিলোঁ মোৰে জীৱন
তোমাৰেই কপালত
থাপিলোঁ ৰঙা ফাগুন

মধুলগনৰ মধুক্ষণ

মধুলগনৰ মধুক্ষণ

(Music)…

তোমাৰেই মৰমক বুকুতে সামৰি

ৰাখিমে উৰে জীৱন
তোমাৰেই সপোনক দুহাতে সাবটি
ৰাখিমে উৰে জীৱন

হাতে হাতে হাত ধৰি
আমি দুয়ো আগুৱাম
সুখে দুখে মিলি দুয়ো
দুয়ো কিধিয়াম
এটি এটি পল হাঁহি হাঁহি উজ্বলাম

হেঁপাহৰে প্ৰজা আমি
প্ৰেমেৰে সঁজাম

তোমাৰেই ওচৰত
সিছিলোঁ মোৰে জীৱন
তোমাৰেই কপালত
থাপিলোঁ ৰঙা ফাগুন

মধুলগনৰ মধুক্ষণ

মধুলগনৰ মধুক্ষণ

উগুল থুগোল মন আজি
তোমাতেই মগন
সঁপিলোঁ নিজকে তোমাক
তুমিয়েই জীৱন

তোমাৰেই উশাহত
সিছিলোঁ মোৰে জীৱন
তোমাৰেই কপালত
থাপিলোঁ ৰঙা ফাগুন

Download Link: Modhulogon - Deeplina Deka | Latest Assamese song | Pranab Priyankush Baruah | Pallab Talukdar

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form