Junake Kane Kane Lyrics By Zubeen Garg

Song: Junake Kane Kane (জোনাকে কাণে কাণে)

Singer: Zubeen Garg

Junake Kane Kane Lyrics
Junake Kane Kane Lyrics

Junake Kane Kane Lyrics:—

জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নীৰৱে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে ক’ব খোজে
তুমি মোৰ মাথোঁ মোৰ ।
ফুলৰ পাহে পাহে
মেঘৰ আঁৰে আঁৰে
তুমি আছা প্ৰীতি হৈ
মোৰ বাবেই নীৰৱে
প্ৰীতি জুৰি আছা, তুমি বিয়পি
বুকু জুৰি আছে, মাথোঁ মোৰ দুখ নোপোৱাৰ ।
তুমি অহাৰে পৰত
ফুলে হিয়াৰ পাহি
মৰমৰে সাগৰত, তুমি থাকা ওমলি
প্ৰীতি জুৰি আছা, তুমি বিয়পি
বুকু জুৰি আছে, মাথোঁ মোৰ দুখ নোপোৱাৰ ।।

Download Link: Junake Kane Kane Lyrics By Zubeen Garg

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form