Barixar Borokhun Lyrics By Jyoti Prasad Agarwala

Song: Barixar Borokhun (বাৰিষাৰ বৰষুণ)

Singer: Jyoti Prasad Agarwala

Barixar Borokhun Lyrics
Barixar Borokhun Lyrics 

Barixar Borokhun Lyrics:—

বাৰিষাৰ বৰষুণ,
কিনো কৱ গুণগুণ
কিনো গাৱ ৰুণৰুণ
কি বজাৱ জুন্‌জুন্‌ 
বাৰিষাৰ বৰষুণ

আকাশত পাখি মেলি
উৰি ফুৰা আশাই
জীৱনৰ
সপোনৰ
কয়নে কিবা কথা
ধাৰাসাৰে
নামি অহা ভাষাই ভাষাই ৷

তোৰ বিননিত মই
এটি শবদীয়া ভাষা
বাৰে বাৰে শুনো
তাকে লেখি তাকে পঢ়ি শুনো ৷

জিৰজিৰ নতুন
ঝৰঝৰ নৰুন
কৰকৰ নতুন
ধৰধৰ নতুন
গছ-বন নতুন
ফুল-ফল নতুন
তাকে দিয়
তাকে কৱ

বাৰিষাৰ বৰষুণ
কিৰিষিৰ বৰষুণ
হৰিষৰ বৰষুণ
বাৰিষাৰ বৰষুণ ৷৷

Download Link: Barixar Borokhun Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form