Hoi Ne Nhoi Ma Lyrics By Jyoti Prasad Agarwala

Song: Hoi Ne Nhoi Ma 

Singer:  Jyoti Prasad Agarwala

Hoi Ne Nhoi Ma
Hoi Ne Nhoi Ma

Hoi Ne Nhoi Ma

হয়নে নহয় মা
মই দেখা বোলে সপোনবোৰ
ৰাতি পুৱালেই
আকাশলে’ উৰি যায়

আৰু বাঘে ৰাতি দেখা
সপোনবোৰক
বৰা-গাহৰিয়ে খায় ?
হয়নে নহয় মা !
বাঘে দেখা হেনো

সপোনবোৰত
বহুত হৰিণা ওলায়
বাঘে সিহঁতক
খেদি খেদি গৈ
মাটিকে কামুৰি খায় ?


সপোন দেখিলে
তাকে সঁচা বুলি
বাঘে কিয় জঁপিয়ায়
মা, সি যদি মোক

দেখিলে নাখাই
মই তেনেহলে
ওচৰ চাপি
দিম কথাটো বুজাই ৷৷

Download Link: Hoi Ne Nhoi Ma Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form