Kar Hahitiye Lyrics By Jyoti Prasad Agarwala

Poem: Kar Hahitiye (কাৰ হাঁহিটিয়ে )

Writer: Jyoti Prasad Agarwala

Kar Hahitiye Lyrics
Kar Hahitiye Lyrics

Kar Hahitiye Lyrics:—

কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ
ফুলে পাতে ৰূপ লয়
কাৰ হাঁহিটিয়ে নিফুট গানেৰে
ঘোষে নতুনৰ জয় ৷

কাৰ হাঁহি লাগি সাৰ পাই উঠে
বৰ্ণ গন্ধ গান
সঞ্জীৱনীৰে কাৰনো হাঁসিৰ
শিয়ঁৰাই তোলে
দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিযান ৷

Download Link: Kar Hahitiye Lyrics By Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form