Kar Ondho Sokut Lyrics By Jyoti Prasad Agarwala

Poem: Kar Ondho Sokut (কাৰ অন্ধ চকুত)

Writer: Jyoti Prasad Agarwala

Kar Ondho Sokut Lyrics
Kar Ondho Sokut Lyrics

Kar Ondho Sokut Lyrics:—

কাৰ অন্ধ চকুত
জ্বলিছে দিব্যমণি
গন্ধবিভোৰ কোন বলিয়াই
আঁউসী নিশা
লেখ লেখিছে
তৰা গণি গণি
জ্বলিছে দিব্যমণি ৷

কোন নোপোৱাই ওআইছে সোণৰ খনি
খুদ বিচৰা কোন ভিকহুৰ
স্বপ্নত মিলে ননী ৷

আজি, মৰুভূমিৰ শুকান বালিত
ফুলিছে গোলাপ পাহি
চিৰ বেজাৰৰ
ওঁঠত জিলিকে
আগেয়ে নোপোৱা হাঁহি
সুৰৰ গানৰ

মোল নুবুজাই
বজাই মোহন বাঁহী
জগত উঠে হাঁহি ৷৷

Download Link: Kar Ondho Sokut Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form