Trending

Koli Jugor Prem Lyrics

Song: Koli Jugor Prem (কলিৰ যুগৰ প্ৰেম)

Singer: Bhaskar Opswel & Darshan Kiling 

Koli Jugor Prem Lyrics


কি গোন্ধাই আমোল মোল 

বাৰিত পকা পান 

বাৰিত সোমাই চালোঁং মই 

পালোঁং কেচা পান 

কি গোন্ধাই আমোল মোল 

বাৰিত পকা পান 

বাৰিত সোমাই চালোঁং মই 

পালোঁং কেচা পান 



অ’ এজনী ছোৱালী 

অ’ মন তাইৰ উৰা পখী 

অ’ ভিতৰি ভিতৰি 

অ’ বৰেনো অভিমানী 



অ’ এজনী ছোৱালী 

অ’ মন তাইৰ উৰা পখী 

অ’ ভিতৰি ভিতৰি 

অ’ বৰেনো অভিমানী 


AssameseLyrical.com


অ’ খালে মোৰ কলিজা 

অ’ জানানে খুতি খুতি 

এ বান্ধৈ নকবি নকবি 

তাহাঁতৰে কাহিনী 

মোৰে আছিলে এজনী

এৰি গ’ল পগলা কৰি



এ দেউতা ঈশ্বৰ  

বোলে হৰে কৃষ্ণ ৰাম 

বোলে হৰে কৃষ্ণ ৰাম 

এয়াই নেকি প্ৰেম বোলা কলি যুগৰ 



(আইয়ৈ দেহী কিনো দিলি ঐ )

নালাগে দে আৰো বেছি ঐ )



এ’ বান্ধৈ বিষাদৰ বেদনা 

নুবুজে কোনেৱে এ বান্ধৈ 

কি কৰোঁ এতিয়া 

এ’ বান্ধৈ বিষাদৰ বেদনা 

নুবুজে কোনেৱে এ বান্ধৈ 

কি কৰোঁ এতিয়া 


খালে মোৰ কলিজা 

আৰো টকা-পইচা 

মনত পৰে জানা 

নিজানত ওঁমলা 

কেনেকৈ পাঁহৰো 

তইয়ে ভাবি চা 



সেই বান্ধৈ ঘটিছে 

মোৰো ঘ্টনা  

গাওঁত দেখিলে 

জোকাঁই জোকাঁই বান্ধৈ বৰলা বৰলা 

এ উঠিব পালে খং 

কৰি পাম কিবা খন

এ উজনী নামনী 

গোটেই খন হিলাই থম 



এ দেউতা ঈশ্বৰ 

বোলে হৰে কৃষ্ণ ৰাম 

এয়াই নেকি প্ৰেম বোলা কলি যুগৰ 

এয়াই নেকি প্ৰেম বোলা কলি যুগৰ 



(আমথানি কেকুৱাই ঐ )

পোনাই আহোঁং গৈ 

শহুৰৰ জীয়েক কেনেকুৱা 

চাই আহোঁং গৈ ঐ  

ঐ’ ৰিতয়া ঐ” ৰিতয়া ঐ ৰিতয়া 

ঐ’ ৰিতয়া ঐ” ৰিতয়া

Download Link: Koli Jugor Prem Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form