Kune Dukhiyar Vatmuthi Karhi Lyrics By Jyoti Prasad Agarwala

Song: Kune Dukhiyar Vatmuthi Karhi (কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি)

Singer: Jyoti Prasad Agarwala

Kune Dukhiyar Vatmuthi Karhi Lyrics
Kune Dukhiyar Vatmuthi Karhi Lyrics

Kune Dukhiyar Vatmuthi Karhi Lyrics:—-

কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি
সোণৰ কাঁহীত খাৱ
কোনে দুখিতৰ চকু-টোপালেৰে
মুকুতাৰ মালা শিয়?

ৰূপৰ বানবাটিটোত
কোনে তেজ ভৰালি
নিশকতীয়াৰ বুকু ফালি
মানুহৰ তেজেৰে ফটিকা খালি তই
আপুনি বলিয়া হলি ৷

তোৰ বলিয়া মনেৰে
তয়ে কেতিয়াবা
নিজকে কৰিবি লয়
আপুনিয়ে শেষ কৰিবি নিজেই
বলিয়াৰ অভিনয় ৷৷

Download Link: Kune Dukhiyar Vatmuthi Karhi Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form