Morome Tanise Song Lyrics

Song: Morome Tanise (মৰমে টানিছে)

Singer: Richa Sharma

Morome Tanise Song Lyrics


 বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

মৰমে টানিছে মোক

সিফালে

টানিছে মোক

ইফালে

কিনো কৰিম ক’

তোক মই ভাবিছোঁ মোৰ আপোনজন

তোক দিলোঁ হিয়া খন

আঁকোৱালি ল’

AssameseLyrical.com

বাৰীতে মাৰিম পাক

বিচাৰি আনিম শাক

মোৰ নিচিনা নাপাবি

মোৰ বুকুতে সোমাই থাক

ৰূপতে মায়াৰ জাল

হাতে কামেও ভাল

বাচিব জানোঁ ফুল

পাতিলৈ তাঁতৰ শাল

মৰমে টানিছে মোক

সিফালে

টানিছে মোক

ইফালে

কিনো কৰিম ক’

তোক মই ভাবিছোঁ মোৰ আপোনজন

তোক দিলোঁ হিয়া খন

আঁকোৱালি ল’

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

চেনাই ধন হৈ বহি থাক

তোক এগৰাহ খোৱাই মই

এগৰাহ খাম

মৰম দি মৰম লম

তোৰ বুকুতে পৰি লম

তই মান বা নামান

তই মোৰ মই তোৰে হম

তই নাচাব কলেও চাম

ভাল নাপাব কলেও পাম

তই পলাই ক’ত সাৰিবি

তই যতে যাৱ পাছত যাম

মৰমে টানিছে মোক

সিফালে

টানিছে মোক

ইফালে

কিনো কৰিম ক’

তোক মই ভাবিছোঁ মোৰ আপোনজন

তোক দিলোঁ হিয়া খন

আঁকোৱালি ল’

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম

বিয়লি বিলতে জকাইখন বাম

খালৈটো ভৰাই মাছ কেইটাকে পাম ।

Download Link: Morome Tanise Song Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form