Mur Mon Bonote Lyrics By Jyoti Prasad Agarwala

Song: Mur Mon Bonote (মোৰ মন বনতে)

Singer: Jyoti Prasad Agarwala

Mur Mon Bonote Lyrics
Mur Mon Bonote Lyrics

Mur Mon Bonote Lyrics:—

মোৰ মন বনতে তই কি বাঁহী বজালি
অ’ সুন্দৰ–
সুন্দৰ সখা মোৰ চিৰসুন্দৰ ৷

নিশা চন্দ্ৰাৱলী
তাতে তাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিতে উজলালি
আনি দিলি পুৱতীৰ অৰুণাৱলী

সুৰৰে কোঠালি মোৰ
ৰ’দালিৰে কৰি সোণোৱালী
অন্তৰ ভৰি মোৰ বিকশিলে কত-শত
শুকুলা শেৱালি
পাহিৰে কোলাতে পৰি–
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী ৷৷

Download Link: Mur Mon Bonote Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form