Sirasundare Dhoribo Khujise Lyrics By: Jyoti Prasad Agarwala

Song: Sirasundare Dhoribo Khujise

Singer: Jyoti Prasad Agarwala

Sirasundare Dhoribo Khujise Lyrics
Sirasundare Dhoribo Khujise Lyrics

চিৰসুন্দৰে ধৰিব খুজিছে
বিশ্বজনতা ৰূপ৷
নবীন গন্ধে নবীন বৰ্ণে
জনজীৱনৰ মন্ত্ৰ জাগিছে
তন্ত্ৰ জাগিছে
আকাশে আকাশে বিয়পি পৰিছে
নৱজীৱনৰ ধূপ৷
আজি জনতাৰ জোনাকী চকুত
স্বৰ্ণজ্যোতি জ্বলে
আজি জনতাৰ মন ফুলনি
সুশোভিত ফুলে ফলে
আজি জনতাই
পৰাশ পালে
হৰষ পালে,
নৱকিৰণৰ গান গালে৷
মনেৰে প্ৰাণেৰে চিনি স্বৰূপ
নতুন পৃথিৱী গঢ়িবলে’ আজি
ধৰিছে শিল্পীৰূপ৷৷

Download Link: Sirasundare Dhoribo Khujise Lyrics By: Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form