Xaliki Puwar Lyrics

Xaliki Puwar Lyrics



Song: Xaliki Puwar

Singer: Mahalakshmi Iyer

Movie: Gaane Ki Aane

Xaliki Puwar Lyrics


শালিকী পুৱাৰ ৰদালি দেখিলে

তোমালৈয়ে মনত পৰে

বুকুৰ উশাহ হিম হৈ থাকে

কিজানি তোমাতে গলিব পাৰে

হিয়াৰ থাপনাত স্থাপিলো তোমাক 

জনমে জনমে পূজিছো তোমাক 

শালিকী পূৱাৰ ৰ’দালি দেখিলে

তোমালৈয়ে মোৰ মনতে পৰে

তোমালৈয়া মোৰ মনতে পৰে 

AssameseLyrical.com

সন্ধিয়াৰ লুইতে জোকালে মোক 

মেঘালী আকাশে জোকালে মোক 

বলিয়া ফাগুনে জোকালে মোক 

অসহায় শাওনে জোনাকে মোক

কতে তোমাকে লগ পাও 

খুলি মনৰ কথা কও 

কতে তোমাকে লগ পাও 

চিকুতি চিকুতি চাও

অ অ…

মন ভৰি ৰই মাথো তোমাৰ বাবে ….

শালিকী পূৱাৰ ৰদালি দেখিলে 

তোমালৈয়ে মোৰ মনতে পৰে 

বুকুৰ উশাহ হিম হৈ থাকে 

কিজানি তোমাতে গলিব পাৰে 

তিমিৰ বৰন তোমাৰ চকুত 

দেখিছিঁলো মোৰে চকু জুৰিত 

আকিলো তোমাতে যত আশা 

হেৰুৱালো মোৰে ওঠৰে ভাষা 

যাযাবৰী দিন যায় 

ৰাতিয়ো যে নোপোৱায় 

মিথা মিথা কথা কৈ 

হাততো যে নৰয় 

অ অ…

সপোনে আগছে মনে মনে …

শালিকী পূৱাৰ ৰদালি দেখিলে 

তোমালৈয়ে মোৰ মনতে পৰে

বুকুৰ উশাহ হিম হৈ থাকে 

কিজানি তোমাতে গলিব পাৰে

হিয়াৰ থাপনাত স্থাপিলো তোমাক 

জনমে জনমে পূজিছোঁ তোমাক 

শালিকী পূৱাৰ ৰদালি দেখিলে 

তোমালৈয়ে মোৰ মনত পৰে 

তোমালৈয়ে মোৰ মনত পৰে 

তোমালৈয়ে মোৰ মনত পৰে 

Download Link: Xaliki Puwar Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form