Xundori Pomila Lyrics By Vreegu Kashyap

Song: Xundori Pomila (সুন্দৰী পমিলা)


Singer: Vreegu Kashyap


Xundori Pomila Lyrics
Xundori Pomila Lyrics

Xundori Pomila Lyrics:—


সুন্দৰী পমিলা
তক দেখা পাই মন পগলা
ৰচকী পমিলা
তই হিৰইন মধুবালা

সুন্দৰী পখিলা
তক দেখিলে হওঁ পগলা
ৰচকী পমিলা
তই হিৰইন মধুবালা

বহাগৰ পৰা চতলৈ
তকে মৰম দি যাম
বুকুৰে উজনি নামনি
মই লেখি লওঁ তৰ নাম

সুন্দৰী পমিলাৰ প্ৰেমতে মৰ
হলেও হব বদনাম
সুন্দৰী পমিলাৰ প্ৰেমতে মৰ
হলেও হব বদনাম

অচিন কথাৰে থু্ৰা লগাই
নলবি তই বিপদ চপায়
বহু দিনৰ চিনাকী মই
কলিজাতে ৰস শুমাই

দেহাতে তোৰ দেহা লগাই
মৰমতে মৰম বৰাই
সপোনৰে বাটে বাটে
লগৰী হমেই সদায়

বহাগৰ পৰা চতলৈ
তকে মৰম দি যাম
বুকুৰে উজনি নামনি
মই লেখি লওঁ তৰ নাম

সুন্দৰী পমিলাৰ প্ৰেমতে মৰ
হলেও হব বদনাম
সুন্দৰী পমিলাৰ প্ৰেমতে মৰ
হলেও হব বদনাম

মোৰে সচায় হবি হিনে
নুশুধু তক কোনো দিনে
ধৰি ললো নিজৰ বুলি
উৰেতো জীৱনলে

দেহা যদি থাকে ভালে
কপালেও টানি নিলে
সাজিম এখন আশাৰে ঘৰ
দুয়োৰে বহিবলে

বহাগৰ পৰা চতলৈ
তকে মৰম দি যাম
বুকুৰে উজনি নামনি
মই লেখি লওঁ তৰ নাম

সুন্দৰী পমিলাৰ প্ৰেমতে মৰ
হলেও হব বদনাম
সুন্দৰী পমিলাৰ প্ৰেমতে মৰ
হলেও হব বদনাম

Download Link: Xundori Pomila Lyrics By Vreegu Kashyap

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form