Anuraag Tumar Babe Lyrics By Tarali Sarma

Song: Anuraag Tumar Babe (অনুৰাগ তোমাৰ বাবে)

Singer: Tarali Sarma

Anuraag Tumar Babe Lyrics
Anuraag Tumar Babe Lyrics

Anuraag Tumar Babe Lyrics:–

অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে
তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে
শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে
বৈ আছা তুমিয়ে ।
দেহৰ ভাঁজে ভাঁজে, কলিজাৰ আঁহে আঁহে ।
অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে
তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে
শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমি
বৈ আছা তুমি ।

সিঁচিলা গুটিমালী, দেহে মনে মোৰ
অচিনা আকুলতাই, বুকু ক’ৰে জুৰ ।
প্ৰেম মোৰ এখন নদী, বৈ আছে সদায়ে
নিৰবধিৰ …
আবাহন তোমাৰে, আহুতি তোমাতে
আহুতি তোমাতে ।

অজানা দিঠকতে, সপোনৰে ছৈ
আশাৰ পদুম কলি, শেতেলিতে লৈ
কি যে এই মায়া, দিনে নিশাই ভাৱনা
তোমাৰে …
আৰাধনা অবিৰত, অহোৰাতি অহৰহ
অহোৰাতি অহৰহ ।

অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে
তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে
শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে
বৈ আছা তুমিয়ে ।
অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে
তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে
শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে
বৈ আছা তুমিয়ে ।

Download Link: Anuraag Tumar Babe Lyrics By Tarali Sarma

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form