Bohu Rati Xubo Pora Nai Lyrics By Simanta Shekhar

Song: Bohu Rati Xubo Pora Nai (বহু ৰাতি শুব পৰা নাই)

Singer: Simanta Shekhar

Bohu Rati Xubo Pora Nai Lyrics
Bohu Rati Xubo Pora Nai Lyrics

Bohu Rati Xubo Pora Nai Lyrics:—

বহু ৰাতি শুব পৰা নাই
বহু দিন হ’ল তোমাক দেখা নাই
বহু কথাই ক’ব পৰা নাই
মনৰ মাজতো ৰাখিব পৰা নাই
যাব পৰা নাই সেই ঠাইবোৰলে
তোমাৰ সতে একেলগে যোৱা মই
অ’ মোৰে অনামিকা
আজিও ৰৈ আছোঁ তোমালে
অ’ মোৰে অনামিকা
আজিও ৰৈ আছোঁ তোমালে …
যাই আজি যাই ৰাতি যাই কন্দোৱাই
নাই আজি নাই তুমি অভিমানো নাই
তথাপি সপোনত তোমাকেই দেখোঁ সদায়
অ’ মোৰে অনামিকা
আজিও ৰৈ আছোঁ তোমালে
অ’ মোৰে অনামিকা

আজিও ৰৈ আছোঁ তোমালে …
মোক আজিও তোমাৰ খবৰ সুধে বহুতে
ঈষৎ হাঁহিৰে কওঁ ভালেই আছা বহি দূৰতে
অচিনাকিৰ দৰে চিনাকী দুয়ো দুয়োৰে …
বহু ৰাতি শুব পৰা নাই …

Download Link: Bohu Rati Xubo Pora Nai Lyrics By Simanta Shekhar

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form