Song: Iman Sonoka Thunuka (ইমান চনকা ঠুনুকা)
Singer: Jyoti Prasad Agarwala
![]() |
| Iman Sonoka Thunuka Lyrics |
Iman Sonoka Thunuka Lyrics:—
ইমান চনকা ঠুনুকা
জুনুকা পিন্ধি চৰণত
ৰুণুক জুনুককৈ
নিজৰাৰ দৰে
জুৰজুৰণিৰে
জিৰজিৰণিৰে
কুলকুলনিৰে
ক’লৈ গৈছ বৈ
মৌ মাখিটোৰ
গুণগুণনিৰে
কি গান গাইছ ঐ!
মনত জ্বলা মণিকা
ক্ষণত জ্বলা ক্ষণিকা
মৌ চাওঁতেই নোহোৱা হ’লি
বিজুলি বেগেৰে গ’লি
খন্তেক’লে জ্বলি ৷৷
Download Link: Iman Sonoka Thunuka Lyrics By Jyoti Prasad Agarwala


