Jir Jir Koi Buwa Nijora Lyrics By Jyoti Prasad Agarwala

Song: Jir Jir Koi Buwa Nijora (জিৰ জিৰকৈ বোৱা নিজৰা)

Singer: Jyoti Prasad Agarwala 

Jir Jir Koi Buwa Nijora Lyrics

Jir Jir Koi Buwa Nijora Lyrics:—-

জিৰ জিৰকৈ বোৱা নিজৰা
জিৰ – জিৰকৈ বোৱা নিজৰা 
আন কৰে বতৰা ?
তোৰ বগা ফেনৰ
উদবাউলী হিয়া

তোৰ কুল – কুলনিৰ সুৰটো মোৰ
মনটো হৰি নিয়া
তোৰ কঁপা পানীত পৰি
নাচে বনফুলৰ ছাঁ
তোৰ পাৰতে মন জুৰুৱা বা
মোৰ মনত থকা কত কথাই
তোৰ লগতে উমলি

সাগৰলৈ যায়
নুফুটা মোৰ মনৰ বেজাৰ
মোৰ বুকুতে উপজিয়ে
ওলাবলৈ বাট বিচাৰি
তোৰেই দৰেই ইনায় বিনায় ;
ফেনে ফোটোকাৰে ওফন্দি
বনৰ শিলৰ বুকু ফালি
সাগৰলৈ যায় ৷৷

Download Link: Jir Jir Koi Buwa Nijora Lyrics By Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form