Jonanu Ranjan Lyrics By Jyoti Prasad Agarwala

Song: Jonanu Ranjan (জনানুৰঞ্জন)

Singer: Jyoti Prasad Agarwala

Jonanu Ranjan Lyrics

Jonanu Ranjan Lyrics:—

জনানুৰঞ্জন
জনানুৰঞ্জন…..
কোন আজি কৰি জাগ
নতুন দিনত
কোনে জ্বলাব জুই
 নতুন প্ৰাণত ৷

তোৰ অভিনৱ গুঞ্জন
সঞ্জীৱনীৰে কোনে
বিকশিত কৰি যাৱ
জনজীৱনৰে ফুলদল
মন্দ্ৰিত কৰিছ কোনে
অগ্নিকমল?

কোনে বজাৱ বাঁহী জনতাৰ মনৰ বনত
কোন তই উঠ জ্বলি
আজি এই অগ্নিক্ষণত?

জনানুৰঞ্জন…..
আজি চকুৱে চকুৱে পিন্ধা নতুনৰ
জ্যোতিৰূপা অঞ্জন ৷৷


Download Link: Jonanu Ranjan Lyrics By Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form