Juire Aakili Tora Akakhot Lyrics By Jyoti Prasad Agarwala

Song: Juire Aakili Tora Akakhot (জুইৰে আঁকিলি তৰা আকাশত)

Singer: Jyoti Prasad Agarwala

Juire Aakili Tora Akakhot Lyrics
Juire Aakili Tora Akakhot Lyrics

Juire Aakili Tora Akakhot Lyrics:—

জুইৰে আঁকিলি তৰা আকাশত
জুইৰে আঁকিলি তৰা আকাশত         
জুইৰে আঁকিলি তৰা

কোন কাহানিৰে পৰা ?
কোন কাহানিৰে পৰা
আকাশত আঁকিলি তৰা… আন্ধাৰ পোহৰ কৰা ?

পৃথিৱী আঁকিলি
ইমান ফুলৰে
শেৱালি নেৱালি পলাশেৰে
চম্পা কেতেকী পদুমৰে

ৰূপৰে
ৰসৰে
বৰণেৰে
গন্ধ গানৰে ভৰা
কোন কাহানিৰে পৰা ?
অনাদিকালৰ প্ৰথম শিল্পী তই
অশেষ সপোন
আঁকিছ বিশেষকৈ
এক নিমিষৰ মানৱ শিল্পী হৈ

আহিলোঁ পৃথিৱীলৈ
তয়ে অঁকা ছবি
সজাই পৰাই
শুৱনি কৰিবলৈ ৷৷

Download Link: Juire Aakili Tora Akakhot Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form