Junaki No Junaki Lyrics By Jyoti Prasad Agarwala

Song: Junaki No Junaki (জোনাকী ন জোনাকী)

Singer: Jyoti Prasad Agarwala

Junaki No Junaki Lyrics
Junaki No Junaki Lyrics

Junaki No Junaki Lyrics:—

ন জোনাকী ন জোনাকী
ন জোনাকী
ন জোনাকী
তোৰ পোহৰ ৰঙা কিয় ?
বগা পোহৰক
ৰঙা তেজৰে
কিয় বোলায় দিয়?

তইতো নহয়
কত পীড়িতৰ
ত্যাগৰ তেজৰ
টোপালবোৰৰ
মোৰ বেজাৰত
জ্বলাই ফুৰা
পাখি লগা শোক ৷

মোৰ অৰুণ গানৰ
কৰুণ মৰমত
জ্বলাই ৰখা বাখৰ
তই অৰ্থ থকা উৰি ফুৰা
নতুন দিনৰ আখৰ ৷৷

Download Link: Junaki No Junaki Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form