Ki Kothati Kola Lyrics By Anima Choudhury

Song: Ki Kothati Kola (কি কথাটি ক’লা)

Singer: Anima Choudhury 

Ki Kothati Kola Lyrics
Ki Kothati Kola Lyrics

Ki Kothati Kola Lyrics:—

{কি কথাটি ক’লা মন হ’ল উতলা
যি ছৱি হৈ ৰ’লা জোন নে পুৱাৰ তৰা}<---------2
{তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ’লা}<--------2
কি কথাটি ক’লা মন হ’ল উতলা

যি ছৱি হৈ ৰ’লা জোন নে পুৱাৰ তৰা
{গ’ল ল’ৰালি আঁতৰি হ’ল বুজাৰো সময়
মন এতিয়া নদী হ’ল ধিয়ায় সাগৰ}<--------2
{নতুন আঁচনি হ’ল জীৱন-জোৰা

আমাৰ সমুখ যেন আশাৰে ভৰা}<--------2
কি কথাটি ক’লা মন হ’ল উতলা
যি ছৱি হৈ ৰ’লা জোন নে পুৱাৰ তৰা
{যাওঁ যদিহে ভাগৰি পথ কিমান দূৰৰ

ৰং এতিয়া আশা হ’ল নতুন দিনৰ}<--------2
{প্ৰথম মৰম হওঁক যুগমীয়া
হওঁক তাৰেই আজি গীত গোৱা}<---------2
{কি কথাটি ক’লা মন হ’ল উতলা

যি ছৱি হৈ ৰ’লা জোন নে পুৱাৰ তৰা}<-------2
{তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ’লা}<--------2
কি কথাটি ক’লা মন হ’ল উতলা
মন হ’ল উতলা
মন হ’ল উতলা 

Download Link: Ki Kothati Kola Lyrics By Anima Choudhury

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form