Loi Ahisu Camera Lyrics By Simanta Shekhar

Song: Loi Ahisu Camera (লৈ আহিছো কেমেৰা)

Singer: Simanta Shekhar

Loi Ahisu Camera Lyrics
Loi Ahisu Camera Lyrics

Loi Ahisu Camera Lyrics:—

চম্পাফুলে শুৱাবনে তগৰ ফুলে শুৱাব
নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব
চম্পাফুলে শুৱাবনে তগৰ ফুলে শুৱাব
নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব
চোৱা ভনী চকুৰে, মাতা ভনী মুখেৰে
চোৱা ভনী চকুৰে, মাতা ভনী মুখেৰে
কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে
কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে …

মৰমজান ঐ তুলাপাত হৈ উৰি যাবলে
চৰাইও নহ’লো নিমিষতে তোমাকেনো চাবলৈ
দুপাখি মেলিলৈ উৰি উৰি
তোমাকে বিচাৰি, তোমাকে বিচাৰি …

মাজনী লৈ আহিছো কেমেৰা
মাজনী লৈ যাম তোমাৰ চেহেৰা
মাজনী লৈ আহিছো কেমেৰা
মাজনী লৈ যাম তোমাৰ চেহেৰা
মাজনী ভগা বেৰত ওলমাই থম
অ’ মাজনী বতাহতে হালিবা
মাজনী মোলেনো চাই হাঁহিবা
অ’ মাজনী বতাহতে হালিবা
মাজনী মোলেনো চাই হাঁহিবা
অ’ মাজনী মৰমতে একোলা ল’ম …

Download Link: Loi Ahisu Camera Lyrics By Simanta Shekhar

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form