Luitor Akakhot Lyrics By Anima Choudhury

Song: Luitor Akakhot (লুইতৰ আকাশত)

Singer: Anima Choudhury

Luitor Akakhot Lyrics
Luitor Akakhot Lyrics

Luitor Akakhot Lyrics:—

লুইতৰ আকাশত তৰাৰ তৰাৱলী←২
পাৰত দিপাৱলী তেজৰে মোৰ←২

আই নাকান্দিবি←২
থাপনাত তেজেৰে বন্তি দিছেহি

সন্তানে আজি তোৰ
পাৰত দিপাৱলী তেজৰে মোৰ
লুইতৰ আকাশত তৰাৰ তৰাৱলী

(লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা
আই অ’ নুমোৱা নাই)←২

নতুন তেজেৰে শলিতা জ্বলিছে
উজ্বলিছে ভমকাই

তৰায়ো নুমুৱা নাই
চকুলো বোৱাই জুই নুনুমাবি
গুচক এন্ধাৰে ঘোৰ ←২

Download Link: Luitor Akakhot Lyrics By Anima Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form