Song: Naam Ghoroloi Xorai (নামঘৰলৈ সোণৰ শৰাই)
Singer: Jyoti Prasad Agarwala
![]() |
| Naam Ghoroloi Xorai Lyrics |
Naam Ghoroloi Xorai Lyrics:—
নামঘৰলৈ সোণৰ শৰাই নিয়
ফুলৰ পাতৰ কি অৰিহণা দিয় ?
নামঘৰলৈ সোণৰ শৰাই নিয় ?
তাত আছে নে
তেজৰে বোলোৱা ফুল
তাত আছে নে কবিতা গানৰ ফুল
তাত আছে নে নতুন পুৱাৰ চুমাত আমোলমোল
তলসৰা বকুল?
ইমান পুৱাই ইমান বেগাই তইনো
যাৱ কিয়?
নামঘৰলৈ সোণৰ শৰাই নিয় ৷৷
Download Link: Naam Ghoroloi Xorai Lyrics By Jyoti Prasad Agarwala


