O Bulu Roi Ja Lyrics By Anandiram Das

Song: O Bulu Roi Ja (অ’ বোলো ৰৈ যা)

Singer: Anandiram Das

O Bulu Roi Ja Lyrics

O Bulu Roi Ja Lyrics:—

অ’ বোলো ৰৈ যা, ৰৈ যা
আহক বাৰিষা কাটক পাত
ৰৈ যা ভিনিহি খাই যা ভাত ।

পোৱায়ে পালে নোপোৱা মৰিলে
তলে তলে এন্দুৰৰ গাঁত
তেতিয়াও হ’ব নিতৌ একাদশী
পেটুৱাৰে হ’ব ৰাজপাট

কেলেই বোৱালা শান্তিৰ নিজৰা
পিছল বাৰিষাৰে বাট
পাতিছা যিখনি ভুৱাৰে ভাওনা
হাঁহোতে দেখিছো দাঁত

কি হ’ব কৰিলে মৰা শ শুচি
ছটিয়াই শান্তি গাত
পালো চিনি পালো নেলাগে বুলাব
গাত মৰমৰে হাত
অ’ বোলো ৰৈ যা.. ৷৷

Download Link: O Bulu Roi Ja Lyrics By Anandiram Das

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form