O Horu Bhoniti Lyrics By Ridip Dutta

Song: O Horu Bhoniti (অ’ সৰু ভনীটি)

Singer: Ridip Dutta

O Horu Bhoniti Lyrics
O Horu Bhoniti Lyrics

O Horu Bhoniti Lyrics:—

অ’ সৰু ভনীটি, মূগা-ৰিহা পিন্ধিলি
লাহটি খোপাতে কপৌফুল গুজিলি
দেখি মৰম লাগি যায়, হাই দেখি মৰম লাগি যায়

মনৰে চাপৰিত কহুঁৱা ফুলিছে,
বৰ পথাৰতে ঐ পেঁপাটি বাজিছে,
লিহিৰি গগঁনাই তোকে ঐ ৰিঙিয়াই
লিহিৰি গগঁনাই মোকে ঐ ৰিঙিয়াই
চেনাই ধন চেনাই ধন তোৰে মান শুৱনি নাই – ২

সৰু পথাৰতে অ’… কোনে শিঙা-পেপাঁ বজালে
কোন্ নো বিহুৱাই অ’ … জান ঐ ৰিঙা ৰিঙা কৰিলে
গড় গঞাঁ নাচনীৰ মন
পাখি লগা গাভৰুৰ মন
মৰমৰ দিখৌ নৈত সাতুৰি আহিলো
চেনেহৰ ভোগদৈত ডিঙৰা মেলিলো
অ’ দিহিঙে দিপাঙে ল’ৰি ফুৰিলো – ২
চেনাই ধন চেনাই ধন তথাপি নেপালো তোক – ২

অ’ সৰু ……..
অ’ ভনী অ’ ……. অ’ ভনী অ’ …….

Download Link: O Horu Bhoniti Lyrics By Ridip Dutta

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form