Pedel Mari Mari Lyrics By Babu Baruah

Song: Pedal Mari Mari (পেডেল মাৰি মাৰি)

Album: Babur Gaan

Singer: Babu Baruah

Composer: Ibsonlal Boruah

Pedel Mari Mari Lyrics
Pedel Mari Mari Lyrics



Pedel Mari Mari Lyrics:—

অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি



অ’ ভণ্টি চাইকেল চলাই যাম,
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টি তোমাৰে ঘৰ পাম ।

অ’ পেডেল মাৰি মাৰি মাৰি মাৰি মাৰি মাৰি



অ’ ভণ্টি চাইকেল চলাই যাম,
পদূলি এৰি এৰি এৰি এৰি এৰি এৰি
অ’ ভণ্টি তোমাৰে ঘৰ পাম ।

পদূলি মুৰতে গৈ তোমালৈয়ে বাটে চাম,



ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম ;

পদূলি এৰি এৰি এৰি এৰি এৰি এৰি



অ’ ভণ্টি তোমাৰে ঘৰ পাম ।।

দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক



যেতিয়া তোমালৈয়ে চাওঁ
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাওঁ ।

দুচকু পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক পিৰিক



যেতিয়া তোমালৈয়ে চাওঁ
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাওঁ ।
গোলাপী দুগালতে মৰমৰে চুমা খাম
কলিজাত লিখা আছে এটি মাথোঁ তোমাৰ নাম ,
কলিজা ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ ধিপিচ
যেতিয়া তোমাক কাষত পাওঁ ।।

জলিছে উমি উমি উমি উমি উমি উমি



বুকুতে পিৰিতিৰে জুই,
তোমাকে চুমি চুমি চুমি চুমি চুমি চুমি
থাকিম যেন কাষৰতে শুই ।
জলিছে উমি উমি উমি উমি উমি উমি


Download Link: Pedel Mari Mari Lyrics By Babu Baruah

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form