Reboti Lyrics By Dikshu Sarma

Song: Reboti (ৰেৱতী)

Singer: Dikshu Sarma 

Reboti Lyrics
Reboti Lyrics

Reboti Lyrics:—

এ হাঁয় ঐ
এইবেলি বহাগত নাচিম শেষবাৰলৈ
হেপাহ পলুৱাই তোৰ লগত
বহাগৰ শেষতে লখিমী ৰূপতে
এ হাঁয় ঐ সোমাবিহি ঘৰত
মোৰে মৰমৰে উমত

ঐ লাহি পাহি দেহাটি তোৰে ঐ মইনা
গোলাপ ফুলা দুখন গাল
মিচিকিয়া হাঁহিতে তোৰে ঐ মইনা
কলিজা হয় চাৰি ফাল
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
যাৱ যদি ক’চোন আজিয়ে লৈ যাং
ঐ আ ঐ আ

ৰে ৰেৱতী নেমু কুমলীয়া
ৰে ৰেৱতী মৰম আলসুৱা

ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
যাৱ যদি ক’চোন আজিয়ে লৈ যাং
ঐ আ ঐ আ

মৰম হৈ আছিলি হাঁয় হাঁয় ঐ
হবি জীৱন লগৰী
বুকুৰ বিহুতলিত হাঁয় হাঁয় ঐ
নাচিবি কঁকাল ভাঙি
মনে বিচাৰিলেই হাঁয় হাঁয় ঐ
জান বুলি মাতিলেই হাঁয় হাঁয় ঐ
আহিবি তই কাষলে মোৰ
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
ৰৈয়ে ৰৈয়ে যাং
কৈয়ে কৈয়ে যাং
যাৱ যদি ক’চোন আজিয়ে লৈ যাং
ঐ আ ঐ আ

Download Link: Reboti Lyrics By Dikshu Sarma

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form