Sandhya Jetiya Lyrics By Satis Das

Song: Sandhya Jetiya Lyrics By Satis Das (সন্ধ্যা যেতিয়া)

Singer: Satis Das 

Sandhya Jetiya Lyrics
Sandhya Jetiya Lyrics

Sandhya Jetiya Lyrics:–

সন্ধ্যা যেতিয়া
তুলসীৰ তল
এগচি চাকিয়ে পোহৰ কৰে
সাহৰ শিখাৰে
জীৱন জ্বলোৱা
শত জোৱানলে’ মনত পৰে ।
দেশৰ মাটিকে
বুলিলে স্বৰ্গ
জীৱন জবাৰে
যাচিলে অৰ্ঘ
সেই জোৱানৰ জন্মদাত্ৰী
পূণ্য ভাৰতবৰ্ষ ।
আকাশে বতাহে
দেশৰ মাটিৰ
গৌৰৱ ৰেণু যেতিয়া উৰে
শত জোৱানৰ
শত বাহিনীয়ে
মনৰ কক্ষ পূৰ্ণ কৰে ।

Download Link: Sandhya Jetiya Lyrics By Satis Das

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form