Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala

Song: Tiranga Nisan Bijoyi Nisan (তিৰঙ্গা নিচান বিজয়ী নিচান)

Singer: Jyoti Prasad Agarwala

Tiranga Nisan Bijoyi Nisan Lyrics
Tiranga Nisan Bijoyi Nisan Lyrics

Tiranga Nisan Bijoyi Nisan Lyrics:—

তিৰঙ্গা নিচান বিজয়ী নিচান
তিৰঙ্গা নিচান
বিজয়ী নিচান
সসাগৰা পৃথিৱীৰ ধ্ৰুবজ্যোতি তই
আলোকিছ ভাৰত বিমান ৷

সমৰৰ শক্তি
দলিতৰ মুক্তি
ক্ষুধিতৰ ত্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান
কোটি কোটি কণ্ঠে
হব তোৰ জয় গাণ
কোটি কোটি হব বলিয়ান ৷

বিশ্ব বিমুগ্ধ
সত্যৰ যুদ্ধ
দীপ্ত কৰিছে হিন্দুস্থান
মুক্তিকামীৰ আজি
সাম্য শান্তিৰ
ক্ৰান্তিৰ অভিযান ৷

নমো নমো নমো
নৱ মানৱৰ
 নৱ ভাৰত প্ৰাণ
তিৰঙ্গা নিচান
বিজয়ী নিচান ৷৷               

Download Link: Tiranga Nisan Bijoyi Nisan Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form