Tur Bhabonar Ganor Lyrics By Jyoti Prasad Agarwala

Song: Tur Bhabonar Ganor (তোৰ ভাৱনাৰ গানৰ)

Singer: Jyoti Prasad Agarwala

Tur Bhabonar Ganor Lyrics
Tur Bhabonar Ganor Lyrics

Tur Bhabonar Ganor Lyrics:—

তোৰ ভাৱনাৰ গানৰ কত তৰা
তোৰ ভাৱনাৰ
গানৰ কত তৰা
মোৰ মন আকাশত ভৰা ৷
মোৰ মনীষা পৰ্ব্বতৰ
তোৰ মৰমৰ
উচ্ছল নিজৰা
মোৰ প্ৰতিভাৰ       
সোণ পথাৰত নামে
কবিতাৰ ধান ফুলাই
ধন ফুলাই
কতনা চামে চামে
বৈ বৈ যায়
জান হৈ জুৰি হৈ
অকণমানি নৈ হৈ
মোৰ প্ৰাণৰ তোৰ মৰমত
দুকোল দাকাল
ভৰ বাৰিষাৰ ফেনে ফোটোকাৰ
বৰ লুইতত পৰে
তোলৈ মোৰ ভালপোৱাৰ
পাৰ নথকা সাগৰলৈ
সুন্দৰ যাত্ৰা কৰে ৷৷

Download Link: Tur Bhabonar Ganor Lyrics By Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form