Xur Nogorir Xuror Kumare Lyrics By Bhupen Hazarika

Song: Xur Nogorir Xuror Kumare (সুৰ নগৰীৰ সুৰৰ কুমাৰে)

Singer: Bhupen Hazarika

Xur Nogorir Xuror Kumare Lyrics

Xur Nogorir Xuror Kumare Lyrics:—

সুৰ নগৰীৰ সুৰৰ কুমাৰে
সপোন সনা ৰামধেনুৰ ৰহণ হেৰুৱাই
মিঠা মৰমৰ মিনতি শুনি
চিতালৈ আগুৱায়, ৰহণ হেৰুৱায় ।

সৰা শেৱালিৰ শুকুলা বাটত
সুৰ ৰূপ এটি হয় ।
সুৰৰে কোমল পৰশে ৰূপৰ
আনে পৰাজয় ।

এদিন নিশা পছোৱা আহিল
ৰূপ নিলে উৰুৱাই
সুৰ সুৰ বুলি কতনা বিনালে
সুৰ যে কাষতে নাই ।

মৰণৰ বাবে চগাৰ মৰম
শিখাই সাবটি লয়,
নিশাৰ শেষত চগাৰ স্মৃতিত
শিখাও নুমাল হায় ।

Download Link: Xur Nogorir Xuror Kumare Lyrics By Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form