Bhabisilu Likhu Buli Sithi Lyrics By Anima Choudhury

Song: Bhabisilu Likhu Buli Sithi (ভাৱিছিলোঁ লিখোঁ বুলি চিঠি)

Singer: Anima Choudhury

Lyricist: Satish Das

Musician: Ramen Barua

Bhabisilu Likhu Buli Sithi Lyrics
Bhabisilu Likhu Buli Sithi Lyrics

Bhabisilu Likhu Buli Sithi Lyrics:—

ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে …
মই …
নেপালোঁ যে কথা বিচাৰি ৷
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে কথা বিচাৰি
অই …
নাপালোঁ যে কথা বিচাৰি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে
মন দেখোন নিলা কাঢ়ি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে
মন দেখোন নিলা কাঢ়ি
তথাপিও ভাৱিছোঁ মই লিখোঁ তোমালৈ
দিবা জানো ?
দিবা জানো তুমি সঁহাৰি…?
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে কথা বিচাৰি
মই …
নাপালোঁ যে কথা বিচাৰি
কথা কৈছিলা কিমান ভাল লগা
তুমি পাহৰিলা !
চাগে মই আছোঁ
তাকেই মাথোঁ সুঁৱৰি
কথা কৈছিলা কিমান ভাল লগা
তুমি পাহৰিলা !
চাগে মই আছোঁ
তাকেই মাথোঁ সুঁৱৰি
ভাৱিছোঁ মই কিনো লিখি
দিওঁ সোঁৱৰাই
কেতিয়ানো,
আমাৰ কেতিয়ানো হ’ল চিনাকি
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ…
নাপালোঁ যে কথা বিচাৰি
মই …
নাপালোঁ যে কথা বিচাৰি
মই…
নাপালোঁ যে,
কথা বিচাৰি…৷

Download Link: Bhabisilu Likhu Buli Sithi Lyrics By Anima Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form