Song: Bonoriya Ami (বনৰীয়া আমি)
Singer: Jyoti Prasad Agarwala
![]() |
| Bonoriya Ami Lyrics |
Bonoriya Ami Lyrics:—
বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰোঁ অনাই বনাই
অনাই বনাই আমি, অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই ।
উ-উ-উ-উ-উ-উ, উ-উ-উ ।
ভৈয়ামৰে মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পতালিহি সখী
ঘৰৰ কথা আমি বনত পাতি
বনৰ কথা আমি ঘৰত পাতি
পৰ্ব্বতৰে বননিত ফুৰিম বগাই
অনাই বনাই অ’, অনাই বনাই ।।
Download Link: Bonoriya Ami Lyrics Jyoti Prasad Agarwala
