Duporore Rodali Lyrics | Angaraag Mahanta

Song: Duporore Rodali (দুপৰৰে ৰ’দালি)

Singer: Angaraag Mahanta

Duporore Rodali Lyrics
Duporore Rodali Lyrics

Duporore Rodali Lyrics:–

দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া,
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।


গধূলি হ’বলৈ দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।


দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া,
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।
গধূলি হ’বলৈ দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।


সপোনজাকে তোমাক পোৱাৰ
আশাৰে দুহাত মেলে
কাজল বাখৰ তোমাৰ চকুত
মায়াবোৰে আবিৰ সানে ।


নিশাহবোৰ আপোন বাটতে
তুমি যেন উশাহৰে নৈ,
গধূলি হ’বলৈ দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।


দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া,
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।


শীতল চেঁচা পলকবোৰে
ঠনবোৰ জীপাল কৰে,
দুখৰ দুখৰ মৰমবোৰে
নিশাটো পোহৰ কৰে ।
তোমাৰ চেনেহৰ চাদৰৰে
দি আশা জিৰৰেনো চৈ
গধূলি হ’বলৈ দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক ডুবিব দিয়া ।


দুপৰৰে ৰ’দালি তোমাৰ চুলিতে সৰি
কঁপালে জানা মোৰ হিয়া,
অৰুণে পুৱাতে আহি কপালি তলতেনো
নিতে দিয়ে ফুট ৰঙা ।

Download Link: Duporore Rodali Lyrics | Angaraag Mahanta

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form