Eibar Deha O Lyrics | Kumar Sanu | Jayanta Das | Tarun Sharma

Lyrics: Eibar Deha O (এইবাৰ দেহা অ’)

Singer: Kumar  Sanu

Music: Jayanta Das

lyrist: Tarun Sharma

Eibar Deha O Lyrics
Eibar Deha O Lyrics

Eibar Deha O Lyrics:—

এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ


তোক চেনেহী যে

লাগে নতুন
তৰা চাদৰ‍ৰ আঁচলতে
তোৰ হাঁহিটি যে
ৰঙৰ পদুম
নাচে দুপৰ‍ৰ পতাহতে
অ’ দেহা…
সেয়ে মন ৰূপতে দহিছে
অ’ দেহা…
সেয়ে মন ৰূপতে দহিছে
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ


তই চেনেহী যে

ইমান আপোন
তুলনাহে নাই বুজাবলৈ
তোক নেদেখিলে নাহে সপোন
ৰওঁ ৰাতি মই উজাগৰে
অ’ দেহা…
মোৰ মন মৰমে দহিছে
অ’ দেহা…
মোৰ মন মৰমে দহিছে
এইবাৰ দেহা অ’
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ…
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ

Download Link: Eibar Deha O Lyrics | Kumar Sanu | Jayanta Das | Tarun Sharma

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form