Etiya Endhare Kotha Kole Lyrics | Zubeen Garg

Song: Etiya Endhare Kotha Kole (এতিয়া এন্ধাৰে কথা ক’লে)

Singer: Zubeen Garg

Album: Golden Collection Of Zubeen Vol-3

Etiya Endhare Kotha Kole Lyrics
Etiya Endhare Kotha Kole Lyrics


এতিয়া এন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজি সেয়ে ওপচে
বুকু ভগা নিশা আজি বিকশে…
অভিমানী মন আজি দেখো ওপচে
অভিমানী মন আজি দেখো ওপচে…৷

কোন দূৰণিৰ পুৱাৰে সূৰুযে
নিশাৰ তৰা হৈ আজিচোন উমলে
মনৰ অভিমানে কথা ক’লেহি
আজি দিঠকে বিলালে সুৰভি
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখো ওপচে
অ’… অ’… অ’…
অভিমানী মন আজি দেখো ওপচে…৷

অবাক চাৱনিত চিনাকি মৰমী
ধৰা দিলেহি হিয়াৰে কোঠালিত
তুমি নেজানো ক’ৰেনো দীপালী
পোহৰালা মোৰ এন্ধাৰৰ সঁজাটি
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখো ওপচে
অভিমানী মন আজি দেখো ওপচে

এতিয়া এন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজি সেয়ে ওপচে ৷
বুকু ভগা নিশা আজি বিকশে…
অভিমানী মন আজি দেখো ওপচে
অ’… অ’… অ’…
অভিমানী মন আজি দেখো ওপচে
অভিমানী মন আজি দেখো ওপচে

Download Link: Etiya Endhare Kotha Kole Lyrics | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form