Song: Hopun Paror Moi (সপোন পাৰৰ মই)
Singer: Jyoti Prasad Agarwala
![]() |
| Hopun Paror Moi Lyrics |
Hopun Paror Moi Lyrics:—
সপোন পাৰৰ মই সপোন কুঁৱৰী
অমিয়া মাধুৰী মই আনো বিচাৰি
মই যে মায়াবিনী মই যে কুহকিনী
হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি
সুখ দুখ কত চাওঁ
হাঁহো মৃদু মৃদু কৰি ।।
Download Link: Hopun Paror Moi Lyrics By Jyoti Prasad Agarwala
