I Love You Buli kolu Moi Lyrics By Zubeen Garg

Song: I Love You Buli kolu Moi (আই লাভ ইউ বুলি ক’লোঁ মই)

Singer: Zubeen Garg

I Love You Buli kolu Moi Lyrics

I Love You Buli kolu Moi Lyrics:—

আই লাভ ইউ বুলি ক’লোঁ মই
তুমি চাগে নুশুনিলা
কঠিন শিলৰে হৃদয়
তোমাৰ সঁচাকে জানা
আই নিড ইউ বুলি ক’লোঁ মই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি
নুমাল হঠাতে জানা ।
তিনি আলিতে লগ পোৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে মই যোৱা
বেঁকাকৈ তুমি চোৱা
তোমালৈ মই চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰ’লা
তুমি চাগে নুবুজিলা
বুকুতে যে নথ’লা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ ।
কলেজৰে কেণ্টিনত
গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা
আছিল জানো মিছা
ৰাতি ৰাতি অকলে
তোমাক লৈ নিৰলে
বুকুতে সপোন গুঁঠা
আজি দেখোঁ মিছা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰ’লা
তুমি চাগে নুবুজিলা
বুকুতে যে নথ’লা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ ।।

Download Link: I Love You Buli kolu Moi Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form