Iman Morom kionu Dila Lyrics By Kumar Sanu

Lyrics: Iman Morom kionu Dila (ইমান মৰম কিয়নো দিলা)

Singer: Kumar Sanu

Music: Hiren Gohain

Lyrist: Hiren Gohain

Iman Morom kionu Dila Lyrics
Iman Morom kionu Dila Lyrics

Iman Morom kionu Dila Lyrics:–

ইমান মৰম কিয়নো দিলা
সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা
ৰিক্ত উদাস মন
তুমিয়ে কৰিলা দৰ‍ৰে ভৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা।

ছন্দ দিলাহি গতিহীন জীৱনত
পিয়লা ভৰাই দিলা
প্ৰাণৰে সুধা
প্ৰাণৰে সুধা
পৰিচয় দিলা বহু
জনমৰ আপোন হৈ
ক’তেনো এৰিলা সঙ্কা-দিধা?
সঙ্কা-দিধা
সৰগৰ পুৰি যেন
দিছাহি ধৰা…
ইমান মৰম দিছা
সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা।

ঘূৰিলোঁ বহু বাট
অঘৰীৰ দৰে
তুমি আহি দেখুৱালা
শান্তিৰ নীড়
শান্তিৰ নীড়
দুচকুত এতিয়া
দিন প্ৰতিদিনে
মৌ মিঠা স্বপ্নই
কৰিছেহি ধিপ্
কৰিছেহি ধিপ্
বিসংগ মন মোৰ
মাৰিছে উৰা
ইমান মৰম দিলা
সহিব নোৱাৰা।
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা
ৰিক্ত উদাস মন
তুমিয়ে কৰিলা দৰ‍ৰে ভৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
ইমান মৰম
কিয়নো দিলা
হায়!
সহিব নোৱাৰা…।

Download Link: Iman Morom kionu Dila Lyrics By Kumar Sanu

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form