Song: Kaknu Xuwori (কাকনো সুঁৱৰি)
Singer: Bhupen Hazarika
![]() |
| Kaknu Xuwori Lyrics |
Kaknu Xuwori Lyrics:–
কাকনো সুঁৱৰি কিনো বিচাৰি
খাৱ তই হাবাথুৰি।
ৰৈ ৰৈ হেৰʼ হুমুনিয়া কাঢ়
বুকু উঠে গুমৰি গুমৰি।।
কাৰ অভিশাপে কি অনুতাপে
মন উঠে শোকেৰে ভৰি
কাক নিচিনিলি কাক দলিয়ালি
কোন কেনি যে গʼলগৈ আঁতৰি?
কোন ধুমুহাই, কি উৰুৱাই
কিবা তোৰ নিলে কাঢ়ি?
নোপোৱাটো পালি, পায়ো হেৰুৱালি
কʼত পাবি এতিয়া বিচাৰি।।
Download Link: Kaknu Xuwori Lyrics | Bhupen Hazarika


