Kane Kane Aji Xei Kotha Lyrics By Zubeen Garg

Song: Kane Kane Aji Xei Kotha (কানে কানে আজি সেই কথা)

Singer: Zubeen Garg

Kane Kane Aji Xei Kotha Lyrics
Kane Kane Aji Xei Kotha Lyrics

Kane Kane Aji Xei Kotha Lyrics:–

শুনা শুনা


কানে কানে আজি সেই কথা

কোৱা কোৱা

মনে মনে আজি সেই কথা

বহুদিনৰে সাৱতি থকা

নোপোৱা বহু বেথা

এন্ধাৰ ৰাতিৰ জোনাকী তুমি

মোৰ জীৱন ছবিত

মনৰ হেপাহো তুমি

বহু ৰহন আঁকি

নিৰৱে মোৰ

কাষত আছা


শুনা শুনা


কানে কানে আজি সেই কথা

কোৱা কোৱা

মনে মনে আজি সেই কথা

বহুদিনৰে সাৱতি থকা

নোপোৱা বহু বেথা

এন্ধাৰ ৰাতিৰ জোনাকী তুমি

মোৰ জীৱন ছবিত

মনৰ হেপাহো তুমি

বহু ৰহন আঁকি

নিৰৱে মোৰ

কাষত আছা

বুজিও নুবুজা কিয়

নয়নৰ প্ৰকাশ

জানিও নাজান কিয়

মনৰ অভিলাষ

বুজিও নুবুজা কিয়

নয়নৰ প্ৰকাশ

জানিও নাজান কিয়

মনৰ অভিলাষ

অভিমানী কিয় তুমি

বুকু জলোৱা

আকাশ মোৰ পোহৰাব

তোমাৰ পৃথিৱী


শুনা শুনা


কানে কানে আজি সেই কথা

অ’ অ’ অ’ কোৱা কোৱা

মনে মনে আজি সেই কথা

বহুদিনৰে সাৱতি থকা

নোপোৱা বহু বেথা

এন্ধাৰ ৰাতিৰ জোনাকী তুমি

মোৰ জীৱন ছবিত

মনৰ হেপাহো তুমি

বহু ৰহন আঁকি

নিৰৱে মোৰ

কাষত আছা

আছিলা যেতিয়া দূৰত

মেঘৰ সিপাৰত

জানিলা গোপনে আহি

এজাক সপোনত

আছিলা যেতিয়া দূৰত

মেঘৰ সিপাৰত

জানিলা গোপনে আহি

এজাক সপোনত

জীৱনে মোৰ নজনাকে

চেনেহ বুলালে

সুৰৰ আকাশ উজলালে

তোমাৰ মৰমে


শুনা শুনা


কানে কানে আজি সেই কথা

অ’ অ’ অ’ কোৱা কোৱা

মনে মনে আজি সেই কথা

বহুদিনৰে সাৱতি থকা

নোপোৱা বহু বেথা

এন্ধাৰ ৰাতিৰ জোনাকী তুমি

মোৰ জীৱন ছবিত

মনৰ হেপাহো তুমি

বহু ৰহন আঁকি

নিৰৱে মোৰ

কাষত আছা


শুনা শুনা


কানে কানে আজি সেই কথা

কোৱা কোৱা

মনে মনে আজি সেই কথা

বহুদিনৰে সাৱতি থকা

নোপোৱা বহু বেথা

এন্ধাৰ ৰাতিৰ জোনাকী তুমি

মোৰ জীৱন ছবিত

মনৰ হেপাহো তুমি

বহু ৰহন আঁকি

নিৰৱে মোৰ

কাষত আছা

Download Link: Kane Kane Aji Xei Kotha Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form