Koto Saki Lyrics By Jyoti Prasad Agarwala

Song: Koto Saki (কত চাকি)

Singer: Jyoti Prasad Agarwala

Koto Saki Lyrics
Koto Saki Lyrics

Koto Saki Lyrics:–

শত যুগৰ কত চাকি
জ্বলাই আহিলি
আপোনাৰ আনন্দতে নিজে হাঁহিলি
নিজৰে তই চকুপানী নিজে মচিলি ।
শিল্পী মোৰ মনৰে তই
শিল্পী মোৰ প্ৰাণৰে তই
শিল্পী মোৰ গানৰে
সুৰৰে
ছবিৰে
ৰূপৰে তই জুই জ্বলালি
নিত্য নতুন ছবিৰে
চিনাকি তোৰ যুগ যুগৰে
ৰবিৰে ।
আজি দিনা
নেমানি মনা
সখী পতালি
বিপ্লৱী মোৰ কবিৰে ।
আজি জাগিল জন শতাব্দী
আহ অ’ যত আলোকবাদী
অপ্ৰমাদী
পোহৰৰে
জোনাকী বসন্ত জগাই
জ্বলা, জ্বলা
শিল্পী অ’ মোৰ
বিশ্বদীপালী
জ্বলা ।।

Download Link: Koto Saki Lyrics By Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form