Masore Bhal Pau Lyrics By Zubeen Garg

Song: Masore Bhal Pau (মাছৰে ভালে পাঁও)

Singer: Zubeen Garg

Masore Bhal Pau Lyrics
Masore Bhal Pau Lyrics

Masore Bhal Pau Lyrics:—

ঐ মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা

ছোৱালী ভালে পাঁও
মিঠা বৰণ ঐ
ককাল লাহি – পাহি
কুণ্ডত কটা

তোকে দেখাপায়
বাহিছে জান ঐ
বাহিছে জান ঐ
মনৰে ভিতৰত নৈ নিজৰা

মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা

ঘৰ ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জান নে নাই

ঘৰ ভাড়াঘৰ বিচৰা নাই
তোৰ বুকুতে জান নে নাই

বছৰ দুবছৰ কটাই আনোনে
বাকচ বান্ধিবলে মোৰ সময়ে নাই

মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা

ভৰসা কৰিব পৰা এজন
কতাব পাৰি তাৰ স’তে জীৱন

ভৰসা কৰিব পৰা এজন
কতাব পাৰি তাৰ স’তে জীৱন

সদায়ে তোৰ লগ নাপাবি জান নে
সময় থাকোতে বাছি ল

মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা

তোকে দেখা পাই
বাহিছে জান ঐ
তোকে দেখা পাই
বাহিছে জান ঐ

মনৰে ভিতৰত নৈ নিজৰা
মাছৰে ভালে পাঁও
মোৱা, খলিহনা
শাকৰে ভালে পাঁও
পালেং, লফা ।।

Download Link: Masore Bhal Pau Lyrics By Zubeen Garg

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form