Moi Janatar Prane Prane Lyrics | Jyoti Prasad Agarwala

Song: Moi Janatar Prane Prane (মই, জনতাৰ প্ৰাণে প্ৰাণে)

Singer: Jyoti Prasad Agarwala

Moi Janatar Prane Prane Lyrics
Moi Janatar Prane Prane Lyrics

Moi Janatar Prane Prane Lyrics:–

মই, জনতাৰ প্ৰাণে প্ৰাণে 
শিল্পী দেখিলোঁ
সেই গুণেহে গানৰে মাতিলোঁ৷

জনতা মনৰ
জনতা প্ৰাণৰ
শিল্পী আজি জাগে
জোনাকী বাটৰ বাটৰুৱাৰ
আহি লগ লাগে
কলাময়ী মহাজীৱনত
আপোন প্ৰকাশ মাগে৷
আজি জনতাৰ মহাশিল্পী
প্ৰকাশলৈ
বিকাশলৈ যায়
আকাশলৈ চায়৷

আন্ধাৰ নিশা দেখা সপোন
বিশ্ব-পুৱাৰ পোহৰ পাই
আঁকিবলৈ লেখনী উলিয়াই
লোৱা দেখিলোঁ
সেই গুণেৰে গানেৰে মাতিলোঁ৷৷

Download Link: Moi Janatar Prane Prane Lyrics | Jyoti Prasad Agarwala

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form