Motoliya Botahe Lyrics | Zubeen Garg | Malobika Bora

Song: Motoliya Botahe (মতলীয়া বতাহে)

Film: Nayak

Singer: Zubeen Garg & Malobika Bora

Motoliya Botahe Lyrics
Motoliya Botahe Lyrics

Motoliya Botahe Lyrics:—

মতলীয়া বতাহে উৰি আহি ক’লে যে
পাহাৰৰে চুৰাকে মেঘে
যাচে হিয়াৰে আঁদৰ

জুৰিতিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা পিৰিতিৰে নাই ভাগৰ
আবেগৰ লাগি বতাহত উৰে চৌদিশে
মই কিনো কৰো তুমি নাই মোৰ কাষতে

মই আছো গোপনে তোমাৰেই যে ভাৱতে
উমলিছো প্ৰতিপল জাগা হৃদয় প্ৰেমৰনত

বৰণিয়া ফুলনিত
আবাহনি দূৰণি
তালে তালে নাছে পখিলাই
মোৰো বুকু কপিছে
উলাহতে নাচিছে
কাষৰতে তুমি দি চেনাই

মই আছো তোমাৰে
দুচকুৰে কাষতে
চাই লোৱা দুচকু জপায়

মতলীয়া বতাহে উৰি আহি ক’লে যে
পাহাৰৰে চুৰাকে মেঘে
যাচে হিয়াৰে আঁদৰ

জুৰিতিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা পিৰিতিৰে নাই ভাগৰ

ভাৱনাৰে উৰনিত
নুচুৱাই আজুৰি
কুৱলিৰে মায়া আঁতৰাই
হৰিণিৰ ৰুপকে লৈ
চেনেহি প্ৰেয়সি হৈ
দেখা দিয়া হিয়া শিতলাই

মই আছো তোমাতেই
আছিলোঁ প্ৰতিমে
তোমাৰ মনত নিতে পোহৰাই

মতলীয়া বতাহে উৰি আহি ক’লে যে
পাহাৰৰে চুৰাকে মেঘে
যাচে হিয়াৰে আঁদৰ

জুৰিতিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা পিৰিতিৰে নাই ভাগৰ

Download Link: Motoliya Botahe Lyrics | Zubeen Garg | Malobika Bora

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form