O Axomiya Deka Dol Lyrics | Bishnu Prasad Rabha

Song: O Axomiya Deka Dol (অ’ অসমীয়া ডেকা দল)

Singer: Bishnu Prasad Rabha

O Axomiya Deka Dol Lyrics

O Axomiya Deka Dol Lyrics:–

অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰে তেজাল বদন
মলিন কিয় হ’ল
মলিন কিয় হ’ল
মলিন কিয় হ’ল
অ’ অসমীয়া ডেকা দল


দূৰ্গম নদ পাহাৰ গিৰী
লম্ভিছিলে ডেকাগিৰী
সুন্দৰ শংকৰে লুৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল 
অ’ অসীম বাহুৰ বল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল 
অ’ অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকিয়া হ’ল
সিয়ো যে তোৰ নাইকিয়া হ’ল
সিয়ো যে তোৰ নাইকিয়া হ’ল
অ’ অসমীয়া ডেকা দল


কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য্য
হওঁক আমাৰ শৌৰ্য্য
কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য্য
হওঁক আমাৰ শৌৰ্য্য
নাটগীত নাম বৰগীত
হওঁক ৰণৰ তুৰ্য্য
হওঁক ৰণৰ তুৰ্য্য
আৰ্হিটি তেওঁৰ এই অসমৰ
হওঁক অসীম বীৰ্য্য
হওঁক অসীম বীৰ্য্য
হওঁক অসীম বীৰ্য্য

অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল 
অ’ আগবাঢ়ি যাওঁ ব’ল
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল 
অ’ আগবাঢ়ি যাওঁ ব’ল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল

Download Link: O Axomiya Deka Dol Lyrics | Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form