O Guru Mur Sankar Lyrics By Bishnu Prasad Rabha

Song: O Guru Mur Sankar (অ’ গুৰু মোৰ শংকৰ)

Singer: Bishnu Prasad Rabha

O Guru Mur Sankar Lyrics
O Guru Mur Sankar Lyrics

O Guru Mur Sankar Lyrics:—

অ’ গুৰু মোৰ শংকৰ
তৰিবৰ এ কিনো উপায়
অ’ গুৰু অ’ …
ভাটিলৈ যাবলৈ শ্ৰীশংকৰ গুৰু অ’
বালিতে বান্ধিলা পঁজা
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা, হে’ ৰাম ৰাম
আপুনি গাইছে ঘোষা
অ’ গুৰু অ’ …
নাও শিমলুৱা, বঠা শিমলুৱা অ’
আৰু শিমলুৱা চৈ, হে’ ৰাম ৰাম
আৰু শিমলুৱা চৈ
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ, হে’ ৰাম ৰাম
ছকুৰি ভকতক লৈ
অ’ গুৰু অ’ …
সেই নাওখনিতে শিলে ভৰা দিলা
অ’ নাও বুৰোঁ বুৰোঁ কৰে, হে’ ৰাম ৰাম
নাও বুৰোঁ বুৰোঁ কৰে
নাও বুৰা দেখি শ্ৰীশংকৰগুৰু
আপুনি কান্ধ পাতি ধৰে, অ’ গুৰু
আপুনি কান্ধে পাতি ধৰে
অ’ গুৰু অ’ …
মাজ সাগৰতে একেদাল বিৰিখ অ’
তাতে নানান পখীৰ ছায়া, হে’ ৰাম ৰাম
ৰজনী পুৱালে দশোদিশে গ’লে
এৰিলে বিৰিখৰ মায়া, হে’ ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া
অ’ গুৰু মোৰ শংকৰ ।।

Download Link: O Guru Mur Sankar Lyrics By Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form