Rang Diya Morom Lyrics | Zubeen Garg | Shreya Ghoshal

Song – Rong Diya Morom 

Artist – Zubeen Garg, Shreya Ghoshal 

Film – Ramdhenu 

Rang Diya Morom Lyrics
Rang Diya Morom Lyrics 

Rang Diya Morom Lyrics :–

ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বলাব জানো
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
খোজ দিয়া খোজে খোজে ৰম ছায়া হৈ
বাটৰে লগ ললোঁ থাকিম শেষলৈ
সৰু ঘৰ খনি হব সোঁৱানী
তোমাৰ মোৰে মিলনৰে
উৎসৰ পাহিত এধানী হাঁহিত
নোহোৱা হ’ব বেদনা যে
লোৱা সাৱটি মোক বুকুতে
নালাগে নিলিখোঁ কাহিনী
আধা মই আধা তুমি
প্ৰণয়ৰ এখিলা পাততে
আছোঁ দুয়ো আমি
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
(জিলিকিছে হয় জানা তিৰবিৰ তিৰবিৰ পোহৰজোৰ মনৰ
তৰা হেঁপাহৰ যত তুমি সোণ জোনাক জোনৰ)
দুনয়নেৰে এটুপাল পানীত
উটি যাব যেন হেঁপাহ মোৰ
হাতো ৰঙেৰে তিৰবিৰ ৰঙে
ৰঙাব খোজো হিয়া তোমাৰ
লোৱা দুবাহুৰে মালাধাৰ
আজলী আজলী মোৰ আৱেগত
অমিয়া অমিয়া মোৰ মনত
জিলমিলিয়া যৌৱনতো
তোমাকেই ৰাখোঁ
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু
ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বলাব জানো
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও
ৰামধেনু

Download Link: Rang Diya Morom Lyrics | Zubeen Garg | Shreya Ghoshal

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form