Wedding Song - Lajore Uroni Lyrics By Mausumi Saharia

Song: Assamese Heart Touching Romantic Wedding Song – Lajore Uroni Lyrics

Singer: Mausumi Saharia 

Wedding Song - Lajore Uroni Lyrics
Wedding Song – Lajore Uroni Lyrics

Wedding Song – Lajore Uroni Lyrics:–

লাজৰে ওৰণি
সৰি পৰে আজি
দৰা আহিব বুলি
বুকু উঠে কঁপি
মনৰে পদূলি
উদুলি মদুলি
মন প্ৰজাপতি
যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি
অ’ আয়তীৰে উৰুলি শুনি

লাজৰে ওৰণি
সৰি পৰে আজি
দৰা আহিব বুলি
বুকু উঠে কঁপি
মনৰে পদূলি
উদুলি মদুলি
মন প্ৰজাপতি
যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি
অই আয়তীৰে উৰুলি শুনি
কোৱাচোন কোৱা সখি
কোনে দিব তোমাক ৰং সানি?
অ’ কোনেনো হৰিলে
তোমাৰ মুখৰ মিচিকি হাঁহি?
( “সখি,
তোমাক কিন্তু
বৰ ধুনীয়া লাগিছে দেই,
অ’ পাই! হমমম…” )
কইনা সাজেৰে সজাব-পৰাব
নোৱাব-ধোৱাব
অ’ কাচনমতী
প্ৰাণৰ সখি মোৰ
সঁচায়ে লাগিছে ভয়

কইনা সাজেৰে সজাব-পৰাব
নোৱাব-ধোৱাব
অ’ কাচনমতী
প্ৰাণৰ সখি মোৰ
সঁচায়ে লাগিছে ভয়
দৰা আহিব বুলি
বুকু উঠে কঁপি
মনৰে মাজতে
কিহৰে কঁপনি
মনৰে পদূলি
উদুলি মদুলি
মন প্ৰজাপতি
যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি
অ’ আয়তীৰে উৰুলি শুনি

লাজৰে ওৰণি
সৰি পৰে আজি
দৰা আহিব বুলি
বুকু উঠে কঁপি
মনৰে পদূলি
উদুলি মদুলি
মন প্ৰজাপতি
যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি
অই আয়তীৰে উৰুলি শুনি


কোৱাচোন কোৱা সখি
কোনে দিব তোমাক ৰং সানি?
অ’ কোনেনো হৰিলে
তোমাৰ মুখৰ মিচিকি হাঁহি?
আজি হোমৰে জুই
সাক্ষী কৰি লৈ মই
হ’ব যে লাগিব
আনৰ বোৱাৰী,
কিদৰে পাহৰোঁ
ঘৰৰে মৰমখিনি

আজি হোমৰে জুই
সাক্ষী কৰি লৈ মই
হ’ব যে লাগিব
আনৰ বোৱাৰী,
কিদৰে পাহৰোঁ
ঘৰৰে মৰমখিনি

চকুলো হৰে মন
ল’ৰালিকে ভাবি
নদীৰে পাৰতে
খেলা সেই ধেমালি
মনৰে পদূলি
উদুলি মদুলি
মন প্ৰজাপতি
যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি
আয়তীৰে উৰুলি শুনি

লাজৰে ওৰণি
সৰি পৰে আজি
দৰা আহিব বুলি
বুকু উঠে কঁপি
মনৰে পদূলি
উদুলি মদুলি
মন প্ৰজাপতি
যায় উৰি গুচি
আয়তীৰে উৰুলি শুনি
অই আয়তীৰে উৰুলি শুনি

কোৱাচোন কোৱা সখি
কোনে দিব তোমাক ৰং সানি?
অ’ কোনেনো হৰিলে
তোমাৰ মুখৰ মিচিকি হাঁহি?
কোৱাচোন কোৱা সখি
কোনে দিব তোমাক ৰং সানি?
অ’ কোনেনো হৰিলে
তোমাৰ মুখৰ মিচিকি হাঁহি?
কোৱাচোন কোৱা সখি
কোনে দিব তোমাক ৰং সানি?
অ’ কোনেনো হৰিলে
তোমাৰ মুখৰ মিচিকি হাঁহি?

Download Link: Wedding Song - Lajore Uroni Lyrics By Mausumi Saharia

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form